Assamese News
ক’ভিড-১৯ পজিটিভ, অসমৰ বিধান সভাৰ উপাধ্যক্ষ আক্ৰান্ত…

ক’ভিড-১৯ পজিটিভ, অসমৰ বিধান সভাৰ উপাধ্যক্ষ আক্ৰান্ত…
ৰাজ্যত বানৰ লগতে অব্যাহত আছে ক’ৰোনাৰ সংঘাট। অসম বিধান সভাৰ উপাধ্যক্ষ আক্ৰান্ত হৈছে ক’ৰোনাত। জানিব পোৱা মতে আমিনুল হক লস্কৰৰ ক’ভিডৰ স্বাৱ পৰীক্ষাৰ ৰিজাল্ট আহিছে ক’ৰোনা পজিটিভ।
জানিব পোৱা মতে, সোণাই সমষ্টিৰ ক’ভিড আক্ৰন্ত বিধায়ক গৰাকী কেইবাজনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল। বৰ্তমান তেওৰ সংস্পৰ্শলৈ অহা বক্তিৰ সন্ধান অব্যাহত আছে।
[jnews_block_2 header_type=”heading_2″ header_filter_category=”3309″]
You must be logged in to post a comment Login