জুবিন গাৰ্গক আক্ৰমণ কৰা অভিযুক্ত হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ…
মহানগৰীত বুধবাৰে নিশা জুবিন গাৰ্গক আক্ৰমণৰ ঘটনাৰ মুল অভিযুক্ত হীৰকজ্যোতি ৰাজবংশী বুলি চিনাক্ত হোৱাৰ পিছতে জুবিনৰ অনুৰাগী সকলে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। এই ক্ষেত্ৰত আৰক্ষী অধিক তৎপৰ হোৱা দেখা গৈছিল। বৃহস্পতিবাৰৰ নিশা আৰক্ষীয়ে অভিযুক্ত হীৰকজ্যোতিক গ্ৰেপ্তাৰ কৰাত সফলতা লাভ কৰে।
জুবিন গাৰ্গে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ। এই এজাহাৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে হীৰকজ্যোতি ৰাজবংশীক কৰায়ত্ত কৰিবলৈ ব্যাপক অভিযান চলাইছিল।
[jnews_block_2 ]