---Advertisement---

Assam Swanirbhar Naari Scheme 2022 Apply Online # RELIGARE BHARAT #

By Dhrubajyoti Haloi

Published On:

---Advertisement---



Hi Frindes,
Ramesh Basumatary/Religare Bharat/হস্ততাঁত শিল্পক অধিক আগুৱাই নিয়াৰ পদক্ষেপ চৰকাৰৰ এই আঁচনিৰ অধীনত পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হস্ততাঁত বস্তু যেনে গামোচা, আৰনাই, ডুমেৰ আৰু আন আন বস্তুসমূহ কোনো মধ্যভোগীৰ সহায় নোহোৱাকৈ পোনপটীয়াকৈ শিপিনীসকলৰ পৰা ক্ৰয় কৰা হ’ব । ক্ৰয় কৰা উক্ত সামগ্ৰী সমূহ আৰ্টফেড আৰু অসম চৰকাৰৰ বেচা-কিনা নিগমৰ বিভিন্ন শাখা তথা ই-বিপননৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব ।
Email:- basumataryr543@gmail.com
https://youtu.be/qpxyzpH_1qA
Ramesh.basumatary1
RELIGARE BHARAT

Thanku

source

Dhrubajyoti Haloi

I am Dhrubajyoti Haloi. I am a Admin in newsinassam.com.You can reach me at : newsinassam.com@gmail.com

---Advertisement---

Leave a Comment