অসম পুলিচ কনিষ্টবল নিয়োগ 2020 : 451 Constable Online Application: অসম পুলিচত চাকৰি অৰ্হতা: class X: নমস্কাৰ বন্ধু সকল। অসমৰ নিবনুৱা সকলৰ বাবে এতা ভাল খবৰ। অসম পুলিচ বিভগত নতুনকৈ কনিষ্টবলৰ পদ মুকলি কৰি দিয়া হৈচে।
Read More – Download Assam Police Question Paper
Latest SLPRB Assam Constable Grade 3 Jobs 2020 Notification | |
Organization Name | SLPRB Assam |
Post Name | Constable /Guardsman |
Total Vacancies | 451 |
Starting date | 10th June 2020 |
Closing Date | 30th June 2020 |
Application Mode | Online |
Category | Government Jobs |
Job Location | Assam |
Official Site | slprbassam.in |
পদবীৰ নাম: কনিষ্টবল/Constable, চকীদাৰ/Guardsman (Grade-III)
লিংগ মৰ্মে খালী পদৱী:
পুৰুষ: 316
মহিলা: 135
দৰ্মহা: মাহিলি Rs. 14000 ৰ পৰা 60500/-(grade pay Rs. 5600)
অৰ্হতা:
বয়স : 01-01-2020 লৈ18 ৰ পৰা 38 বছৰৰ ভিতৰত হোবো লগিবো।
Sc, ST(P) আৰু ST(H) শ্ৰেণীৰ মানুহে 38 বছৰৰ পৰা 5 বছৰ উৰ্ধৰ হলে আৰু
OBC/MOBC শ্ৰেণীৰ মানুহ 38 বছৰতকৈ 3 বছৰ বেচি হলে ও আৱেদন কৰিব পাৰিব।
শিক্ষাগত অৰ্হতা: মেট্ৰিক বা H.S.L.C পাচ হব’ লাগিবো।
অন্যান্য শিক্ষাগত অৰ্হতা: Home Guards training Certificate NCC ‘A’ Certificate.
বাচনী প্ৰক্ৰিয়া:
- Physical Standards Tests(PST)
- Physical Efficiency Tests(PET)
- Written test
Application fee: আৱেদন কৰা ববে কনো ধৰনৰ টোকা নালাগে।
আৱেদনৰ প্ৰক্ৰিয়া:
- slprbassam.in এই website ত গৈ online অৱেদন কৰক।
- অৱেদন 10/06/2020তৰিখৰ পৰা 30/06/2020 তাৰিখৰ ভিতৰত আৱেদন কৰিব লগিব।