ৰাজ্যৰ ৮হাজাৰ নামঘৰলৈ অনুদান ৰাজ্য চৰকাৰৰ…
ৰাজ্য চৰকাৰে ৰাজ্যৰ ৮হাজাৰ নামঘৰলৈ ২.৫০লাখ টকাৰ অনুদান আগবঢ়াইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ ঘোষণা।
মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মৰ্মে জিলা ভিত্তিত উপায়ুক্ত সকলে নিৰ্বাচন কৰিব এই নামঘৰ সমূহৰ। এই আচনিৰ অধীনত প্ৰত্যোকখন জিলাত ৫৫টা নামঘৰ নিৰ্বাচিত কৰা হব।
জানিব পোৱা মতে, ৰাজ্য চৰকাৰে অক্টোবৰৰ ৫ তাৰিখৰ ভিতৰত এই আচনিৰ ধন মোকলাই দিব।
[jnews_block_2 ]