ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাৰ্থীক মধ্যাহ্ন ভোজনত যোগান ধৰিব লাগে পুষ্টিকৰ আহাৰ। এদিনৰ বাবেও শিক্ষাৰ্থীক এই আঁচনিৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰিব। কিন্তু গোলাঘাটৰ এখন বিদ্যালয়ত যোৱা দুমাহ ধৰি ছাত্ৰ-ছাত্ৰীয়ে খাবলৈ পোৱা নাই মধ্যাহ্ন ভোজন। যাৰ বাবে শিক্ষাৰ্থীসকলক যোগান ধৰা হৈছে চিপছ্ কিম্বা চিংৰা।
Watch to know more:
source