Assamese News
অতি সোনকালে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত প্ৰায় ডেৰশ পদ মুকলি কৰি দিয়া হ’ৱ..

অতি সোনকালে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত প্ৰায় ডেৰশ পদ মুকলি কৰি দিয়া হ’ৱ..
ক’ৰোনা সংঘাটৰ মাজতে ৰাজ্যত নিবনুৱাৰ হকে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ খালী পদ নিযুক্তিৰ বাবে মুকলি কৰি দিবলৈ আহ্বান জনইছে। ইয়াৰ পিছতে ৰাজ্যত বিভিন্ন বিভাগৰ খালী পদ মুকলি কৰি দিয়া হৈছে। যোৱাকালি ৰাজ্যৰ কৃষি মন্ত্ৰী গৰাকীৰ পিছত যোগান মন্ত্ৰীয়ে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত প্ৰায় ডেৰশ খালী পদৱীত নিযুক্তি কৰাৰ ববে সাজু হোৱাৰ কথা ঘোষোনা কৰিছে।
ইয়াত আৱেদন কৰা ববে online যোগে আৱেদন কৰিব লাগিব। অতি সোনকালে অৱেদনৰ তাৰিখ মুকলি কৰি দিয়া হ’ৱ।
Total No of Posts: 150 Posts
Apply Mode: Online
Education qualification: 10th Pass / 12th Pass/ Degree
Application Fee: Nil
[jnews_block_1 ]
You must be logged in to post a comment Login