Connect with us

Assam News

Assam Direct recruitment question paper (Mock) //তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ model paper//

Published

on

Assam Direct recruitment question paper (Mock) //তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ model paper//



#assam_direct_recruitment #assam_direct_recruitment_question_paper
#jrinfo #Assam_GradeIII_question_paper
#assam_direct_recruitment_solved_paper

অসম চৰকাৰে বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ নিযুক্তিৰ বাবে যি Common Exam অনুষ্ঠিত কৰিবলৈ আগ বাঢ়িছে, সেই পৰীক্ষাৰ বাবে আপোনাৰ প্ৰস্তুতি কেনেকুৱা আজি নিজকে পৰীক্ষা কৰি চাওক।

এই Video ত Assam Direct Recruitment ৰ বাবে Model question paper solve কৰি দিয়া হৈছে। Video টো যথেষ্ঠ দীঘলীয়া হোৱা বাবে Assam GK part টো এইটো video ত দিয়া নহল।

আপোনালোকে আগন্তক পৰীক্ষাৰ বাবে ইচ্ছুক হলে তলৰ link ৰ পৰা বিভিন্ন ebook download কৰিব পাৰে। বিশেষকৈ Magic Math আৰুEnglish Grammar ৰ বাবে Grammar point খন download কৰি লব পিছলৈয়ো বিভিন্ন পৰীক্ষাত কামত আহিব।

https://www.instamojo.com/EGuidebookPublisher/

Ebook download store

source

Trending