বিধায়ক ৰকিবুল হুছেইনৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি…

বিধায়ক ৰকিবুল হুছেইনৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি…

গৃহ মন্ত্ৰী অমিত শ্বাহৰ পিছত এইবাৰ কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন আক্ৰান্ত হৈছে কোভিড-১৯ত।

তেখেতে নিজৰ টুইটাৰ একাউন্তত নিজে এই বিষয়ে সদৰী কৰিলে বিধায়কগৰাকীয়ে।

জানিব পোৱা মতে, তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে টেষ্ট কৰিছিল ক’ভিড-১৯ ৰ। আৰু এই টেষ্টৰ ৰিপৰ্ট পজিতিভ ওলাইছে।

বিধায়কগৰাকীয়ে যোৱা দিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড টেষ্ট কৰাৰ বাবে আহ্বান জনাইছে।

[jnews_block_2 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *