Assam agriculture tractor subsidy | Assam agriculture tractor scheme| Agriculture solar pump subsidy
About this video
ASSAM AGRICULTURE DEPARTMENT PROVIDE SUBSIDY ON AGRICULTURE EQUIPMENT.
rotavator – 50% – 44800/47600
RICE PLANNING MACHINE – 50% – 1.5 LAKH
threshing machine – 50% – 1 lakh
“পূব ভাৰতত সেউজ বিপ্লৱৰ সূচনা ২০১৯-২০” আঁচনিৰ অধীনত কৃষক ৰাইজলৈ ৰোটাভেটৰ, ধানৰ কঠীয়া ৰোৱা যন্ত্ৰ আৰু ধানৰ মৰণা মৰা যন্ত্ৰ ৰাজসাহায্যৰ জৰিয়তে আগবঢ়োৱা হৈছে৷
ৰাজসাহায্যৰ পৰিমাণ:
✅ ৬ আৰু ৭ ফুটৰ ৰোটাভেটৰত ৫০ শতাংশ বা ৪৪,৮০০.০০ টকা/৪৭,৬০০.০০ টকা৷
✅ ধানৰ কঠীয়া ৰোৱা যন্ত্ৰত ৫০ শতাংশ বা সৰ্বোচ্চ ১.৫ লাখ টকা৷
✅ ধানৰ মৰণা মৰা যন্ত্ৰত ৫০ শতাংশ বা সৰ্বোচ্চ ১.০০ লাখ টকা৷
#assam agriculture tractor
#agriculture training
# agriculture department
# agriculture technology
# agriculture solar pump
#agriculture water tank
# agriculture department registration
# agriculture water system
source