---Advertisement---

অসমৰ কৃষি বিভাগত নতুন কৰ্মচাৰীৰ নিযুক্তি…

By Nabarun Kumar Dutta

Updated On:

অসমৰ কৃষি বিভাগত নতুন কৰ্মচাৰীৰ নিযুক্তি…
---Advertisement---

অসমৰ কৃষি বিভাগত নতুন কৰ্মচাৰীৰ নিযুক্তি…

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কৃষি মন্ত্ৰী অতুল বৰাই অনুষ্ঠিত কৰে সংবাদ মেল। এই সংবাদ মেলত উল্লেখ কৰা মতে, ৰাজ্যৰ এই ভয়াবহ বানত ৯,৯৫,২৬০ জন খেতিয়ক বানত আক্ৰান্ত হয় আছে। বান পিড়িত খেতিয়কৰ বাবে পূৰ্বতে মুকলি কৰা হৈছে ৯ কোটি টকা। এতিয়ালৈকে ২২,৩৩,৮৫০ পশুধনৰ বানত ক্ষতি হৈছে।  তাৰে ১৪,৩৯,৩১৮ হাঁহ কুকুৰা।

উল্লেখ কৰা মতে, কৃষকৰ মাজত বৰ্তমানলৈকে ১০ হাজাৰ ট্ৰেক্টৰ বিতৰণ কৰা হৈছে। লগতে ২৭ হাজাৰ পাৱাৰটিলাৰ বিতৰণ কৰা হৈছে কৃষকৰ মাজত। প্ৰধানমন্ত্ৰীৰ বীমা ১০ লাখ খেতিয়কৰ কৰা হৈছে।

ৰাজ্যৰ কৃষিমন্ত্ৰী গৰাকীয়ে নিবনুৱাৰ বাবে ভাল খবৰ দি কৈ যে, কৃষি বিভাগত নতুনকৈ নিয়ুক্তি দিয়া হ’ব ১৯২০ জন তৃতীয় বৰ্গৰ কৰ্মচাৰী। ৪২ জন কণিষ্ঠ আৰু ১২ জন সহকাৰী অভিযন্তা নিযুক্তি দিয়া হ’ব। লগতে ১১৩ জন কৃষি উন্নয়ণ বিষয়া নিযুক্তি দিয়া হ’ব।

পশুপালন বিভাগত ৩১জন তৃতীয় বৰ্গৰ পদত নিযুত্তি দিয়া হ’ব বুলি উল্লেখ মকৰে মন্ত্ৰী গৰাকীয়ে। একেলগে ২২৪ জন ফিল্ড এচিচটেন্ট, ৮৬ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ১৭জন ৰাজপত্ৰিত বিষয়া নিযুক্তি দিয়া হ’ব।

অধিক জানিবলৈ ইয়াত ক্লিক কৰক

[jnews_block_1 include_category=”3309″]

Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id duttaodin@gmail.com

---Advertisement---

Leave a Comment