ভাৰতীয় জোৱান শ্বহীদ হ’ল জম্মু-কাশ্মীৰত …
পূনৰ ভাৰতীয় জোৱান শ্বহীদ জম্মু-কাশ্মীৰত। সন্ত্ৰাসবাদীৰ সৈতে হোৱা এক সংঘৰ্ষত শ্বহীদ হয় জোৱানজন। জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত হৈছে এই ঘটনা। আনহাতে এই সংঘৰ্ষত ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে এটা সন্ত্ৰাসবাদী।
উল্লেখ্য যে, কেইবাটাও মাৰনাস্ত্ৰ উদ্ধাৰ কৰা হৈছে নিহত সন্ত্ৰাসবাদীটোৰ পৰা। ভাৰতীয় সেনাই বৰ্তমান সেই অঞ্চলত উগ্ৰপন্থীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
[jnews_block_2 ]