অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত আবেদন ২০১৯: AHSEC Audit Officer Recruitment 2019: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (ইংৰাজী: Assam Higher Secondary Education Council) (AHSEC) হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত অডিট অফিচাৰ (Audit Officer) পদৰ বাবে ইচ্ছুক অৰ্হতা সম্পন্ন পাৰ্থিৰ পৰা আবেদন বিছৰা হৈছে। আবেদন ২৯ জুলাই ২০১৯ ভিতৰ মাধ্যমত আবেদন কৰিব লাগিব। অধিক নিয়োগ সম্পৰ্কীয় বাতৰি জানিবলৈ আমাৰ website AllJobAssam.com চাবলৈ নাপাহৰে যেন…
Assam Higher Secondary Education Council (AHSEC) Audit Officer Recruitment 2019
পদৰ নাম: অডিট অফিচাৰ (Audit Officer)
পদৰ সংখ্যা: 01
দৰমহা: Rs. 22000-97000/- p.m. and Grade Pay of Rs.11800/- p.m. of Pay Band-3 plus other allowances as admissible under Rules.
বয়স: ১৮ বচৰৰ পৰা ৩৮ বচৰ, OBC/MOBC ৩ বছৰ অৰু SC/ST/PWD ৫ বছৰ ৰেহাই আছে।
শিক্ষাগত অৰ্হতা:
- Bachelor’s Degree ত ৫৫% মাৰ্ক থাকিব লাগিব।
- Diploma in Computer application with Tally Candidates having M.Com Degree will get preference.
আবেদন বাকি অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন…
(adsbygoogle = window.adsbygoogle || []).push({});