Connect with us

Assamese News

ক’ৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা অৰ্জুন কাপুৰ..

Published

on

ক’ৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা অৰ্জুন কাপুৰ..

ক’ৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা অৰ্জুন কাপুৰ..

ক’ৰোনাত আক্ৰান্ত হৈছে বলিউদৰ অভিনেতা অৰ্জুন কাপুৰ। ৰবিবাৰে দূপৰীয়া ইনষ্টাগ্ৰাম যোগে ক’ৰোনা আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰে অভিনেতা জনে। অভিনেতা জনে কয় যে, তেখেতে ক’ৰোনা টেষ্ট কৰাৰ পিছত তেওৰ ৰিজাল্ট ক’ৰোনা পজিতিভ ওলায়। বৰ্তমান তেখেতৰ স্বাস্থ্য সুস্থিৰ অৱস্থাত আছে। তেখেতে এই ভাইৰাচৰ লগত যুজ দি যাব বুলি উল্লেখ কৰে।

বৰ্তমান চিকিৎসকৰ তত্বাৱধানত হোম কোৱাৰেন্টাইনত আছে অভিনেতা জন।

[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending