Assamese News
পাঁচজন খেলুৱৈক প্ৰদান কৰা হ’ল “খেলৰত্ন বটাঁ”…

পাঁচজন খেলুৱৈক প্ৰদান কৰা হ’ল “খেলৰত্ন বটাঁ”…
দেশৰ ক্ৰীড়াক্ষেত্ৰতৰ পাঁচজন খেলুৱৈ নিৰ্বাচন কৰা হৈছে ক্ৰীড়াজগতৰ সৰ্বোচ্চ সন্মান ‘খেলৰত্ন’ বটাঁ। ২০২০বৰ্ষ খেলৰত্ন বটাঁ লাভ কৰা খেলুৱৈসকল হৈছে ক্ৰমে- ক্ৰিকেটাৰ ৰোহিত শৰ্মা, টেনিছ খেলুৱৈ মনিকা বাট্টা, মল্ল যুঁজাৰু বিনেশ ফোগাট, হাই জাম্পাৰ মাৰিয়াপ্পান থাঙ্গাভেলু আৰু ভাৰতীয় মহিলা হকী দল অধিনায়ক ৰাণী ৰামপাল।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনত ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা খেলুৱৈসকলক এই সন্মানসমূহ প্ৰদান কৰা হব।
[jnews_block_2 ]
You must be logged in to post a comment Login