Connect with us

Assamese News

চীনৰ সেনাই অপহৰণ কৰিছে ভাৰতৰ ৫জন লোকক: এই মন্তব্য কংগ্ৰেছ বিধায়ক নিনংগ এৰিংৰ…

Published

on

চীনৰ সেনাই অপহৰণ কৰিছে ভাৰতৰ ৫জন লোকক: এই মন্তব্য কংগ্ৰেছ বিধায়ক নিনংগ এৰিংৰ…

চীনৰ সেনাই অপহৰণ কৰিছে ভাৰতৰ ৫জন লোকক: এই মন্তব্য কংগ্ৰেছ বিধায়ক নিনংগ এৰিংৰ…

ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বৰ্তমান বহুতে বেয়া হৈ আছে। সীমাক লৈ দুয়োখন দেশৰ মাজত চলি আছে বিবাদ। তাৰ মাজতে এ এন আইৰ খবৰ অনুসৰি, অৰুণাচল প্ৰদেশৰ সীমাৰ কাষৰ পৰা ৫গৰাকী ভাৰতীয় নাগৰিকক চীনা সেনাই অপহৰণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে।  

চীনৰ পিএলএয়ে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকাৰ পৰা ৫জন ভাৰতীয় নাগৰিকক অপহৰণ কৰিছে বুলি অৰুণাচলপ্ৰদেশৰ কংগ্ৰেছ বিধায়ক নিনংগ এৰিঙে দাবী কৰিছে। কংগ্ৰেছৰ বিধায়ক নিনংগ এৰিঙে নিজৰ টুইটাৰ একাউণ্ট যোগে এই কথা প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ সোৱণশিৰি জিলাৰ ৫জন লোকক চীনৰ পিপলছ লিবেৰেশ্যন আৰ্মীয়ে অপহৰণ কৰিছে বুলি দাবী জনাই বিধায়ক গৰাকীয়ে। লগতে তেওঁ টুইটাৰত কিছু মাহৰ পূৰ্বেও এনে ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে।

[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending