৪ মাওবাদীক গুলীয়াই হত্যা কৰিলে ওড়িশ্যাত নিৰাপত্তাৰক্ষীয়ে…
মাওবাদীৰ বিৰুদ্ধে কঠোৰ হৈছে ভাৰতীয় আৰক্ষী। দেওবাৰে ৰাতি পুৱা ওড়িশ্যাত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়। মাওবাদীক উচিত শিক্ষা দিবলৈ আক্ৰমন চলাই নিৰাপত্তাৰক্ষীয়ে।
এই সংঘৰ্ষত ৪ জন মাওবাদীক হত্যা কৰিলে নিৰাপত্তাৰক্ষীয়ে।
ওড়িশ্যাৰ কান্ধামাল জিলাত এই ঘটনা সংঘটিত হৈছিল। বৰ্তমানেও দেওবাৰে পুৱা সংঘটিত এই সংঘৰ্ষৰ সন্দৰ্ভত সৱিশেষ তথ্য লাভ কৰা হোৱা নাই।