কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত 2189 টা পদ খালী: EPFO SSA Recruitment 2019: কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত 280 টা সামাজিক নিৰাপত্তা সহকাৰী (Social Security Assistant) পদৰ বাবে আবেদন বিচৰা হৈছে। নিম্নলিখিত পদৰ বাবে ইচ্ছুক পাৰ্থীয়ে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। লগতে আপোনালৈ অনুৰোধ জনাও যে নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com visit কাৰে যেন।
EPFO Recruitment 2019: Apply Online for 2189 posts of Social Security Assistant @ epfindia.gov.in
পদৰ নাম: সামাজিক নিৰাপত্তা সহকাৰী (Social Security Assistant)
পদৰ সংখ্যা: 2189 টা
শিক্ষাগত অৰ্হতা: স্নাতক
দৰমহা: Level- 4 of Pay Matrix (Civilian employees) (Gr. ’C’) with Entry Pay Rs 25,500/- under 7thPay Commission).
বয়স: ১৮ পৰা ২৭ বছৰ।
Application Fees আবেদনৰ মাচুল: এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে সংৰক্ষিত বৰ্গৰ বাবে 250 টকা আৰু সাধাৰণ বৰ্গৰ বাবে 500 টকা আবেদন মাচুল দিব লাগিব।
অনলাইন আবেদন সমাপ্ত হব/আবেদনৰ অন্তিম তাৰিখ: ২১ জুলাই ২০১৯
আবেদন কেনেকৈ কৰিব- How to Apply for EPFO SSA Recruitment
medianet_width = “300”;
medianet_height = “250”;
medianet_crid = “390024266”;
medianet_versionId = “3111299”;
>> আবেদন কৰিবলৈ https://alljobassam.com/epfo-ssa-recruitment-2019/ লিংকত ক্লিক কাৰক
>> ক্লিক কৰাৰ পিছত এখন নতুন Window খুলিব। তাত আপুনি Apply Online Link ক্লিক কৰক।
>> নিজৰ প্ৰয়োজনীয় Document Submit কাৰক
সম্পুৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক
অনলাইন অবেদন কৰিবৰ কাৰনে: ইয়াত ক্লিক কৰক