কাৰাগাৰ বিভাগৰ অসমৰ জেল ৱাৰ্ডাৰ Vcancy ৰ বাবে SLPRB Recrutment 2023 জেইল ৱাৰ্ডাৰ নিযুক্তি ২০২৩- অসম কাৰাগাৰ বিভাগৰ ২৫৩টা পদ : ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে শেহতীয়াকৈ অসমৰ কাৰাগাৰ বিভাগৰ ২৫৩টা জেল ৱাৰ্ডাৰৰ পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই পদৰ বাবে আনুষ্ঠানিক অধিসূচনা এছ এল পি আৰ বিয়ে নিজৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিব। আবেদন কৰিব …