SSC Recruitment 2023: 11409 MTS & Havaldar Vacancy নিয়মীয়াকৈ বিভিন্ন ১১৪০৯ টা পদত মাল্টি টাস্কিং (অকাৰিকৰী) কৰ্মচাৰী আৰু হাভালদাৰ (CBIC & CBN) পৰীক্ষাৰ নিযুক্তি সম্পৰ্কে কৰ্মচাৰী বাছনি আয়োগৰ পৰা নিয়োগ জাননী আমন্ত্ৰণ জনোৱা হৈছে । ইচ্ছুক প্ৰাৰ্থীয়ে এই পেজৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। শেষ তাৰিখ: ১৭/০২/২০২৩। SSC MTS Recruitment 2023- Overview Name of Commission Staff Selection Commission Name …