১৫গৰাকী পুৰোহিতৰ দেহত ক’ভিড-১৯, তিৰুপতি মন্দিৰ..

১৫গৰাকী পুৰোহিতৰ দেহত ক’ভিড-১৯, তিৰুপতি মন্দিৰ..

দেশত অব্যহত ক’ৰোনা তাণ্ডব। তিৰুপতি তিৰুমালা দেৱাস্থনমৰ মুঠ ৫০গৰাকী পুৰোহিতৰ কৰা হৈছে ক’ৰোনা টেষ্ট। তাৰে  ১৫গৰাকী পুৰহিতেই ক’ভিড–১৯ত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে৷ এতিয়ালৈকে ২৫গৰাকী পুৰোহিতৰ ক’ভিড পৰীক্ষাৰ ফলাফল ওলাবলৈ বাকী আছে৷

 পুৰোহিতৰ দেহত ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ লগে লগে তিৰুমালা দেৱাস্থনমৰ পৰিচালনা কৰ্তিপক্ষৰ এক জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷ লক্ষণীয়ভাৱে মন্দিৰৰ মুঠ ৯১গৰাকী কর্মী এতিয়ালৈকে ক’ৰোনা ভাইৰাচৰ দ্বাৰা সংক্রমিত হোৱা বুলি চৰকাৰে সদৰী কৰিছে৷ তিৰুমালা মন্দিৰৰ পুৰোহিতৰ দেহত এনেদৰে ক’ভিড–১৯ত সংক্রমিত হোৱাৰ পাছত মন্দিৰ কর্তৃপক্ষই দর্শনার্থীৰ বাবে দীর্ঘদিনলৈ দুৱাৰ বন্ধ কৰি ৰখাৰ সম্ভাৱনা আছে।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *