ৰাম মন্দিৰৰ ভূমিপূজনৰ দিনাই ঢেকীয়াজুলিত সংঘৰ্ষ, গুৰুতৰভাৱে আহত ১২জন লোক…

ৰাম মন্দিৰৰ ভূমিপূজনৰ দিনাই ঢেকীয়াজুলিত সংঘৰ্ষ, গুৰুতৰভাৱে আহত ১২জন লোক…

সমগ্ৰ দেশ আনন্দত মগন আছিল ৰাম মন্দিৰক লৈ। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ভূমিপূজন আৰু শিলান্যাস সুচাৰুৰূপেই অনুষ্ঠিত হৈছিল। তাৰ মাজতে অসমৰ ঢেকীয়াজুলিত সংঘটিত এই ভয়ংকৰ ঘটনা।

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে উৎফুল্লিত হৈ আগষ্টৰ দুপৰীয়া বজৰংগ দলৰ পৰা ঢেকিয়াজুলিৰ প খণ্ডৰ ২০জনীয়া এটা দল মন্দিৰ দৰ্শনৰ বাবে ৰেলি কৰিছিল। তেওলোকে ভৰাশিঙৰীত ছুটি পাহাৰত থকা হৰগৌৰী দেৱালয় পৰিদৰ্শনৰ বাবে আগবাঢ়িছিল।

দেৱালয় দৰ্শন কৰি এই দলটো চুটি পাহাৰৰ পৰা তললৈ নামি আহি গুৰুডুৱা চেন্টাৰৰ দিশে ৰাওনা হৈছিল। সেই সময়তে শিঙৰী চেন্টাৰত বজৰংগ দলৰ সদস্যসকলৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলায়। দুৰ্বৃত্তই কেৱল শাৰীৰিক আক্ৰমনতে ক্ষান্ত নাথাকি দলটোৱে লগত লৈ যোৱা ৬ খনকৈ বাইক জ্বলাই দিয়ে।

[jnews_block_2 ]

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more