২৫০ টকাৰ এক মাহিলী পেন্সন || Assam government launches old-age pension scheme



২৫০ টকাৰ এক মাহিলী পেন্সন। এই পেন্সনেৰে বৃদ্ধসকলক সকাহ দিব ৰাজ্য চৰকাৰে। মঙলবাৰে ২৫০ টকীয়া বৃদ্ধ পেন্সনৰ আঁচনি মুকলিৰ বাবে ৰাজ্য চৰকাৰৰ কোটি টকীয়া আয়োজন।

#PensionScheme #Assam #Government

source

Leave a Comment