News in Assam- Career News in India
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
No Result
View All Result
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
No Result
View All Result
News in Assam
No Result
View All Result
Home Assam

২৪ ঘণ্টাত ৩২জন লোক ক’ৰোনাত আক্ৰান্ত, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত

Nabarun Kumar Dutta by Nabarun Kumar Dutta
June 25, 2020
in Assam, Assam News, Assamese News, News
0 0
0
২৪ ঘণ্টাত ৩২জন লোক ক’ৰোনাত আক্ৰান্ত, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter
  • Facebook
  • Twitter
  • WhatsApp
  • Share

২৪ ঘণ্টাত ৩২জন লোক ক’ৰোনাত আক্ৰান্ত, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত

ৰাজ্যত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ লৈছে ক’ৰোনাই। ২৪ঘণ্টাৰ ভিতৰত বৰপেটা মেডিকেল কলেজ হাস্পতালতো আক্ৰান্ত হৈছে দুজন কনিষ্ঠ চিকিৎসকসহ ৪জনকৈ লোক। আনহাতে তেজপুৰ মেডিকেল কলেজ হাস্পতালত আক্ৰান্ত হৈছে ২৩জনকৈ লোক।

তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ ২৯গৰাকী চিকিৎসা সেৱাৰ লগত জড়িত লোক আক্ৰান্ত হৈছে ক’ৰোনাত। জানিব পৰা মতে তেজপুৰ মেডিকেল কলেজ হাস্পতালত পেথ’লজি বিভাগৰ এজন চিকিৎসকো আক্ৰান্ত হৈছে ক’ৰোনাত। শোণিতপুৰ জিলাতো ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ৰোনাই। জিলাখনত ভ্ৰমণবৃত্তান্ত নথকা বহু কেইজন লোক আক্ৰান্ত হৈছে। সামাজিক সংক্ৰমণৰ দিশে গতি কৰিছে জিলাখনত। আৰক্ষীৰ লোক, পেট্ৰ’ল পাম্পত কৰ্মৰত লোক, সেনা-জোৱানকে ধৰি বহু লোক আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাচত।

 

Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com

You can talk to me My email id [email protected]

  • Facebook
  • Twitter
  • WhatsApp
  • Share
Previous Post

পূণৰ ইতিহাস ৰচিলে নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ে,

Next Post

AHSEC Rechecking Answer Scripts 2020 – Application for revaluation of Papers

Next Post
AHSEC Rechecking Answer Scripts 2020

AHSEC Rechecking Answer Scripts 2020 – Application for revaluation of Papers

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

  • Privacy policy
  • About us
  • Disclaimer
  • Contact Us

Copyright 2020 © All rights Reserved | Our Sitemap | Powered by Assam Brothers

No Result
View All Result
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports

Copyright 2020 © All rights Reserved | Our Sitemap | Powered by Assam Brothers

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In