সমগ্ৰ অসমতে এতিয়া বানৰ তাণ্ডৱ।

সমগ্ৰ অসমতে এতিয়া বানৰ তাণ্ডৱ:

যোৱা কিছুদিন ধৰি নেৰা নেপেৰা বৰষুন দি অছে অসমত। অসমত নেৰা নেপেৰা বৰষুনৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে সৰু বৰ উপনৈ সমুহৰ জলস্তৰ  বাঢ়ি অহা দেখা গৈছে।

সমগ্ৰ অসমত এ এতিয়া ক’ৰোনা মহামাৰীৰ লগতে অব্যাহত অছে বানৰ তাণ্ডৱ। উজনি অসমৰ লগত এ নামনি অসমত ও বানৰ কাল ৰূপ পৰিলক্ষিত হৈছে।

নদীৰ দাতি কাষৰিয়া অঞ্চলৰ লোক সোকলৰ মথাউৰি চিঙি খেতি বাতিৰ লগত এ ঘৰ দুৱাৰ উতি যোৱা পৰিলক্ষিত হৈছে। বহুতো লোক এতিয়া মথাউৰিত বাস কৰিছে যোদিও তাতো একেবৰে নিৰাপদ নহই।

অসমৰ গ্ৰাম্য অঞ্চলৰ লগতে চহৰ অঞ্চলতো বৰষুনৰ ফলত কৃতিম বান পানী দেখা গৈছে।

বানৰ তাণ্ডৱৰ ফলত বানক্ৰান্তৰ মাজত খাদ্য বাসস্থান লৈ হাহাকৰ দেখা গৈছে। পশুধনৰ ও অলাই আথানি পৰিলক্ষিত হৈছে।

অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ প্ৰ্কোপ। বানৰ ফলত অৰন্যত থকা জীব-জন্তুৰ মাজতো হাহাকাৰ দেখা গৈছে। বহুতো পশু ওছৰৰ ওখ ঠাই বিছাৰি অৰন্যৰ বাহিৰলৈ ওলাই অহা দেখা গৈছে।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *