পৰিচালক এছ এছ ৰাজামৌলী আক্ৰান্ত হৈছে কোভিড-১৯…

পৰিচালক এছ এছ ৰাজামৌলী আক্ৰান্ত হৈছে কোভিড-১৯…

দাক্ষিণাত্যৰ পৰিচালক এছ এছ ৰাজামৌলীৰ আক্ৰান্ত হৈছে ক’ৰোনা মহামাৰীত। ছুপাৰহিট ছবি বাহুবলীৰ পৰিচালক এছ এছ ৰাজামৌলী। তেওৰ কোভিড-১৯ টেষ্টৰ ৰিপৰ্ট পজিটিভ ওলাই। ৰাজামৌলীৰ লগতে তেওঁৰ পৰিয়ালৰ এজন সদস্য ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে পৰিচালকগৰাকীয়ে টুইটাৰযোগে প্ৰকশ কৰিছে।

উল্লেখ্য যে, প্রথমে পৰিচালক গৰাকীয়ে দেহত সাধাৰন জ্বৰ হোৱাৰ পাছত তেওঁ ক’ভিড টেষ্ট কৰাইছিল। তাৰপাছত বুধবাৰে তেওলোকৰ ক’ভিড টেষ্ট ৰিপৰ্ট পজিটিভ ওলায়। জানিব পৰা মতে, তেওঁলোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে যদিও ক’ৰোনাৰ কোনো লক্ষণ দেখা দিয়া নাই। সেই বাবে চিকিৎসকে তেওঁলোকক হোম কোৱাৰেন্টাইনত থকাৰ বাবে উপদেশ দিছে।[jnews_block_1 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more