এইবাৰ হোম কোৱাৰেণ্টাইনত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি…
অসমত কালক্ৰমত বঢ়ি গৈ অছে ক’ৰোনাৰ সন্ত্ৰাস। ৰাজ্যত গুৱাহাটীৰ লগতে আন আন ঠাইত ক’ৰোনাৰ গণ’ সংক্ৰমনে দেখা দিছে।
এইবাৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি হোম কোৱাৰেণ্টাইনত থকা কথা পোহৰলৈ আহিছে।
ক’ৰোনা সন্দেহত ইতিমধ্যে বৰগোহাঞিৰ স্বাৱ সংগ্ৰহ কৰা হৈছে। উল্লেখ্য যে বৰগোহাঞিৰ ঘৰুৱা সহায়কৰ শৰীৰত ধৰা পৰিছিল ক’ৰোনা মহামাৰী।
গৃহ নিৰ্মাণ পৰিষদৰ হেঙেৰাবাৰীৰ কলনীৰ বাসীন্দা সাহিত্যিক বৰগোহাঞি।