Assamese News
অসমত এই বাৰ অনুস্থিত নহয় অম্বুবাচী মেলা।

অসমত এই বাৰ অনুস্থিত নহয় অম্বুবাচী মেলা।: ঐতিহ্য-মন্দিত মন্দিৰ অসমৰ কামাখ্যা মন্দিৰত নহয় এই বাৰ অম্বুবাচী মেলা। কোৰোণা ভাইৰাচে অসমত কাল ৰুপ লোৱাৰ পিচত এই সিধান্ত মন্দিৰ কৰ্তীপক্ষৰ। বাহীৰৰ কোনো ব্যক্তি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা নিষেধ। জনীব পৰা মতে মন্দিৰৰ পূজাৰীজোনে ভিতৰত কৰিবো সোকোলো নীতি নিয়ম।প্ৰথম বাৰৰ বাবে অম্বুবাচী মেলাত কামাখ্যাৰ ভীৰ দেখীব পোৱা নাজাব।
মন্দিৰ কৰ্তীপক্ষই জোনোৱা মতে পৰিস্থিতি প্ৰতী লক্ষ্য ৰাখি খুলা হ’ৱ মন্দিৰৰ মূল দূৱাৰ।
[jnews_block_11 include_category=”3309″]
You must be logged in to post a comment Login